Posts

Showing posts from October, 2021

#চেনি ( চুটি গল্প)

Image
                       :চেনি:                             ( চুটি গল্প )        চেনি খাই আপুনি ভাল পায়নে ? নাপায়! মিছা কথা নক’ব বুইছে! আপোনাৰ বয়স যদি চল্লিশৰ তলত, তেন্তে আপুনি চেনি খাই ভাল পাবই, কাৰণ এইটো আপোনাৰ চেনি খোৱাৰে বয়স! আৰু সেয়েহে আপুনি নিৰ্ভয়ে চেনি খায় ৷ যদিহে আপুনি চল্লিশৰ ওপৰত, তথাপিও আপুনি চেনি খাই ভাল পায়, কিন্তু তাকে ভয়ে ভয়ে খায় ৷ কিয়নো এইটো আপোনাৰ চেনি খাই ভয় কৰাৰে বয়স! কাৰণ--- ডায়েবেটিছ, নহয়নে ? কিন্তু মোৰ কেতিয়াবা কি ভাব হয় জানে, চেনি বেছিকৈ খালে ডায়েবেটিছ নহয়, চেনি খাব নোৱৰাৰ চিন্তাতহে মানুহৰ ডায়েবেটিছ হয়! আৰু যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী, তেন্তেতো কথাই নাই! চেনিৰ নাম শুনিলেই আপোনাৰ জিভাৰ পানী পৰে! কোনোবাই ভুলতে যদি আপোনাক চেনি দিয়া চাহ একাপ খুৱাই দিলে, তেতিয়া আপুনি ভুল কৰোঁতাগৰাকীক দিলে নহয় এসোপামান গালি ৷ কিন্তু পেটে পেটে ঠিকেই ভাবিলে--- ভালেই হ’ল দিয়া যি হ’ল! হেঃ হেঃ হেঃ --- লাজ কৰিছে কিয় ? আচলতে কি...

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খোল খালে

Image
#বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খোল খালে  ফটো উঠাৰ কি style কোনোবাই যদি উঠিছে বেকাকৈ আকৌ কোনোবাই উঠিছে মুখ খন বেকাকৈ। বাহ কি poss, সকলো style‌ যেন  উপছি পৰিছে মায়া নগৰী বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী সকলৰ মাজত। সকলো ছাত্ৰ ছাত্ৰী সকলৰ মাজত দেখা গৈছে যেন এক হাহিৰ বতৰা। বিগত কেইবাহ মাহ পিছত খোল খালে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়। বিগত দিনবোৰ যাতে এনেকৈয়ে পাৰ হয় আৰু কনো মহামাৰীৰ বেমাৰ অসমত যাতে দেখা নিদিয়ে তাৰেই কামনা কৰিছে' বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় "ৰাজনৈতিক বিজ্ঞান" ছাত্ৰ: মফিজুল হক ভূঞা। তেখেতৰ লগত বিষেক ফোন কল সংযোগ কৰাত তেখেতে কয় যে"- বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খন এখন মহাবিদ্যালযয়েই নহয় সকলোৰে জীৱনলৈ কঢ়িয়াই আনে এক শান্তি ৰ বতৰা, মানৱ জীৱন গঢ়া এক মেচিন হে। লগতে তেখেতে কয় যে আমাৰ  বিমলা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় ৰ ভিতৰত ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে- *নুৰ আলম ( অধ্যাপক ৰাজনৈতিক বিজ্ঞান বিভাগ) *উপেন ছাৰ ( অধ্যাপক ৰাজনৈতিক বিজ্ঞান বিভাগ) * *Anjon joti bhora (ৰাজন...