বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খোল খালে

#বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খোল খালে
 ফটো উঠাৰ কি style কোনোবাই যদি উঠিছে বেকাকৈ
আকৌ কোনোবাই উঠিছে মুখ খন বেকাকৈ। বাহ কি poss, সকলো style‌ যেন উপছি পৰিছে মায়া নগৰী বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী সকলৰ মাজত।
সকলো ছাত্ৰ ছাত্ৰী সকলৰ মাজত দেখা গৈছে যেন এক হাহিৰ বতৰা। বিগত কেইবাহ মাহ পিছত খোল খালে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়। বিগত দিনবোৰ যাতে এনেকৈয়ে পাৰ হয় আৰু কনো মহামাৰীৰ বেমাৰ অসমত যাতে দেখা নিদিয়ে তাৰেই কামনা কৰিছে' বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় "ৰাজনৈতিক বিজ্ঞান"
ছাত্ৰ: মফিজুল হক ভূঞা। তেখেতৰ লগত বিষেক ফোন কল সংযোগ কৰাত তেখেতে কয় যে"- বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় খন এখন মহাবিদ্যালযয়েই নহয় সকলোৰে জীৱনলৈ কঢ়িয়াই আনে এক শান্তি ৰ বতৰা, মানৱ জীৱন গঢ়া এক মেচিন হে।
লগতে তেখেতে কয় যে আমাৰ বিমলা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় ৰ ভিতৰত ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে-
*নুৰ আলম ( অধ্যাপক ৰাজনৈতিক বিজ্ঞান বিভাগ)*উপেন ছাৰ ( অধ্যাপক ৰাজনৈতিক বিজ্ঞান বিভাগ)* *Anjon joti bhora (ৰাজনৈতিক বিজ্ঞান বিভাগ) * দিগন্ত কলিতা ( ৰাজনৈতিক বিজ্ঞান বিভাগ)
এই সকল ছাৰক ধন্যবাদ জ্ঞাপন কৰিছে। 
মায়া নগৰী নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় ৰ অধ্যাপক:বি.ভি. পাণ্ডা ছাৰৰ দীৰ্ঘ আয়ু কামনাৰে  বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগ ৰ ছাত্ৰ মফিজুল হক ভূঞাৰ লগত সংযোগ বিচ্ছিন্ন কৰো।
    অৱশেষত বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত 
অধ্যায়নত সকলো ছাত্ৰ ছাত্ৰী ৰ ভবিষ্যত উজ্বল কামনা কৰিছোঁ।নগৰবেৰাৰ বাৰ্তা

Comments

Post a Comment

Popular posts from this blog

*ঈপ্সা*

বনৰীয়া হাতিৰ উপদ্ৰৱ

বৰপেটাত উপস্থিত হল কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব পাটিল.